বহুপদ - নৱম শ্ৰেণী (গণিত)

বহুপদ - নৱম শ্ৰেণী (গণিত)

Ankur Rajbongshi 60 mins

নৱম শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰমৰ দ্বিতীয় পাঠ 'বহুপদ'ত বহুপদৰ প্ৰকাৰ, বহুপদৰ ভাগশেষ উপপাদ্য, উৎপাদক বিশ্লেষণ, বিজীয় অভেদ - ইত্যাদিৰ ওপৰত আধাৰিত আনুশীলনীক প্ৰশ্নোত্তৰ সমুহৰ সম্পূৰ্ণ সমাধান।

সংখ্যা প্ৰণালী - নৱম শ্ৰেণী (গণিত)

সংখ্যা প্ৰণালী - নৱম শ্ৰেণী (গণিত)

Ankur Rajbongshi 90 mins

সংখ্যা প্ৰণালী - অধ্যায়টোত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন ধৰণৰ সংখ্যা যেনে - স্ৱাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বিশেষকৈ বাস্তৱ সংখ্যা ৰ বিষয়ে উপলদ্ধ প্ৰশ্নোত্তৰসমূহৰ সমাধান আৰু বিৱৰণ ইয়াত উল্লেখ কৰা হৈছে।

পুনৰালোচনা - নৱম শ্ৰেণী (গণিত)

পুনৰালোচনা - নৱম শ্ৰেণী (গণিত)

Ankur Rajbongshi 120 mins

নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় 'পুনৰালোচনা'ৰ অনুশীলনী R-1 আৰু R-2 ৰ সম্পূৰ্ণ সমাধান। সংখ্যা প্ৰণালী, সূচক আৰু ঘাট, পৰিমিতি - এনেকুৱা ধৰণৰ বিষয়বোৰৰ প্ৰশ্নোত্তৰসমূহ ইয়াত পুনৰালোচনা কৰা হৈছে।